জি আই এম টি তেজপুৰৰ অধ্যক্ষ পদত ধেমাজি ড° বুলজিৎ বুঢ়াগোহাঁই


উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন PPP(Public Private Partnership) আৰ্হিত স্থাপিত তেজপুৰৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান "গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী" (জি আই এম টি,http://gimt-tezpur.ac.in),ত গুৱাহাটীৰ আজাৰা স্থিত জি আই এম টিৰ ষ্টুডেন্ট এফেয়াৰ্ছৰ ডীন তথা অসমৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে অহা ১ আগষ্টত অধ্যক্ষ হিচাপে যোগদান কৰিব । শিক্ষা প্ৰতিষ্ঠানখনত আগবঢ়োৱা পাঠ্যক্ৰম সমূহ হৈছে চিভিল, মেকানিকেল আৰু ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং । ইয়াৰে চিভিল আৰু মেকানিকেল বিভাগৰ প্ৰতিটো বিভাগৰে আসনৰ সংখ্যা ৬০ খন  আৰু  ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ আসনৰ সংখ্যা ৩০খন।

No comments:

Post a Comment