অমৰেন্দ্ৰ অলেম্যান ডেকা
এইবেলি পৃথিৰাজ থিয়েটাৰৰ
ভবেন বৰুৱাৰ "কছাই খানাৰ গাভৰু" , অভিজিত ভট্টাচাৰ্যৰ "কইনা সজাব কোনে" আৰু সমৰেন্দ্ৰ বৰ্মনৰ "প্ৰিয়তমাৰ চিঠি" শীৰ্ষক তিনিওখন নাটকতে তিনিটা ভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকক দিছে নতুনত্বৰ সোৱাদ !!
২০১১/১২ বৰ্ষত তেওঁ পোনপ্ৰথম বাৰৰ বাবে ভ্ৰাম্যমানৰ মঞ্চত পদাৰ্পন কৰিছিল পৃথিৰাজ থিয়েটাৰৰ আমন্ত্ৰণত । ভ্ৰাম্যমানত তেওঁ পদ্ম বৰাক গুৰু হিচাপে পায় ।
তাৰ পিছত তেখেতে ৩ বছৰ নাটক/চিৰিয়েল আদিত অভিনয় কৰিছিল ।
৩ বছৰ পিছত তেওঁ আকৌ ভ্ৰাম্যমানৰ মঞ্চলৈ উভতি আহি ৰংগমঞ্চত দক্ষ অভিনয় কৰি দৰ্শকৰ পৰা লাভ কৰিছে ভূয়সী প্ৰশংসা !!
অনাগত দিনবোৰত ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰি যোৱাৰ মন অমৰেন্দ্ৰ অলেম্যানৰ …
|| ফেচবুক সমন্বয় মোবাইল থিয়েটাৰ গ্ৰুপ ||
No comments:
Post a Comment