মুক্তি লাভ কৰিলে ৰাহুল ডেকাৰ হেৰি হেৰি Returns
ENTERTAINMENT DESK, BARHAMTHURI: অসমত বহু সময়ত বহুতো কাৰণত বহুতো লোকৰ বিতৰ্কৰ মাজত সোমাই পৰা দেখা যায়। ঠিক তেনেদৰে বিগত বছৰ হেৰি হেৰি শীৰ্ষক গীতটোৰ বাবে বহু বিতৰ্কৰ মাজত সোমাই পৰিছিল কণ্ঠশিল ৰাহুল ডেকা। পুনৰ
শ্ৰুতা দৰ্শকৰ মাজলৈ হেৰি হেৰি Returns নামেৰে এটি গীত মুকলি কৰি দিয়ে। বিগত বছৰত হেৰি হেৰি গীতটোৰ বাবে বিতৰ্কত সোমাই পৰিছিল যদিও এই গীতটোৱে তেখেতক বিতৰ্কৰ পৰা আৰত ৰাখিব বুলি আমি আশা কৰো।
শ্ৰুতা দৰ্শকৰ মাজলৈ হেৰি হেৰি Returns নামেৰে এটি গীত মুকলি কৰি দিয়ে। বিগত বছৰত হেৰি হেৰি গীতটোৰ বাবে বিতৰ্কত সোমাই পৰিছিল যদিও এই গীতটোৱে তেখেতক বিতৰ্কৰ পৰা আৰত ৰাখিব বুলি আমি আশা কৰো।
Comments
Post a Comment