পুনৰ এক নতুন ৰূপত গৌৰৱ বৰা
ENTERTAINMENT DESK, BARHAMTHURI: কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰা জনপ্ৰিয় অভিনেতা গৌৰৱ বৰাক এইবাৰ দেখা পোৱা যাব জোনাক চেনেলৰ নৱ সম্প্ৰচাৰিত ধাৰাবাহিক 'মা'ত। বৰ্তমানেও এই ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণৰ কাম চলি থকা বুলি জানিব পৰা গৈছে। গৌৰৱ বৰাৰ অনুৰাগী সকলে তেখেতক এই ধাৰাবাহিকখনৰ জৰিয়তে এক নতুন ৰূপত দেখা পাব বুলি আমাক জানিবলৈ দিয়ে।
Comments
Post a Comment