PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA: সমাগত নৱ বৰ্ষৰ লগতে ভোগালী বিহুৰ বাবে চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি । ভোগালীৰ ভোজ আৰু ভেলা ঘৰ নিৰ্মাণৰ প্ৰতিযোগিতাত নামিছে বিভিন্ন ঠাইৰ ৰাইজ,যুৱকসকল । ব্যতিক্রম নহয় ঢকুৱাখনাৰ পিঠিয়াল গাঁৱৰ যুৱক সকলো । তেওঁলোকে এইবাৰ আহোম যুগৰ কীৰ্তিচিহ্ন ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে ভেলাঘৰ । যুৱক সকলে পূৰ্ণগতিত চলাইছে ভেলাঘৰ নিৰ্মাণৰ কাম ।
ঢকুৱাখনাৰ পিঠিয়াল গাঁৱত আহোম যুগৰ কীৰ্তিচিহ্ন ৰংঘৰৰ আৰ্হিত নিৰ্মাণ ভেলাঘৰ
PAPU BARUAH REPORT, BARHAMTHURI, DHAKUAKHANA: সমাগত নৱ বৰ্ষৰ লগতে ভোগালী বিহুৰ বাবে চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি । ভোগালীৰ ভোজ আৰু ভেলা ঘৰ নিৰ্মাণৰ প্ৰতিযোগিতাত নামিছে বিভিন্ন ঠাইৰ ৰাইজ,যুৱকসকল । ব্যতিক্রম নহয় ঢকুৱাখনাৰ পিঠিয়াল গাঁৱৰ যুৱক সকলো । তেওঁলোকে এইবাৰ আহোম যুগৰ কীৰ্তিচিহ্ন ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে ভেলাঘৰ । যুৱক সকলে পূৰ্ণগতিত চলাইছে ভেলাঘৰ নিৰ্মাণৰ কাম ।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment