মুনমী কলিতা
বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাই পৰিচালনা কৰা পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছবি "জানমনি"ৰ যোগেদি মুনমী কলিতাই অভিনয়ৰ ক্ষেত্ৰখনত ভুমুকি মাৰিছিল ।
তাৰ পিছতেই "বীৰ চিলাৰায়" , "তুমি যদি কোৱা" আদিবোৰ অসমীয়া ছবিত দক্ষতাৰে অভিনয় কৰি জনপ্ৰিয় হৈ পৰা মুনমী কলিতাই "ৰাংঢালী" , "বগীতৰা" , "মৰমজান" , "বহাগত বিৰিণাৰ বিয়া" , "আলসুৱা মন" . . . .
ভিডিঅ' ছবিত কৰা দক্ষ অভিনয়ৰ কথা আজিও পাহৰি যোৱা নাই অসমৰ দৰ্শকে ।
থিক একেদৰে 'ৰং জীৱনৰ' , 'পাতাল ভৈৰবী' , 'উমাল বুকুৰ হেজাৰ কাহিনী' , আদি বিভিন্ন অসমীয়া ধাৰাবাহিকত অভিনয় কৰি সুখ্যাতিৰে উজ্জ্বলি উঠা মুনমী কলিতাই ২০১৪ চনত চনত ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰৱেশ কৰিছিল অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল °বৰদৈচিলা থিয়েটাৰ°ৰ আমন্ত্ৰণত । তাৰ পিছত ক্ৰমে ইতিহাস থিয়েটাৰ , ৰাজশ্ৰী থিয়েটাৰ , চলিত বৰ্ষৰ ৰাজতিলক থিয়েটাৰৰ মঞ্চত দক্ষ অভিনয় প্ৰদৰ্শন কৰি অসমবাসীৰ মৰম বুটলিবলৈ সক্ষম হয় ।
"তুমি যদি কোৱা" , "বীৰ চিলাৰায়" আদি অসমীয়া ছবিত সাৱলীল অভিনয় কৰি নিজৰ প্ৰতিভা প্ৰমাণ কৰা মুনমী কলিতা ভ্ৰাম্যমাণৰো এখন চিনাকী মুখ ।
অভিনয়ৰ ক্ষেত্ৰখনত ১২ বছৰ সফলতাৰে গৰকা অভিনেত্ৰী গৰাকীয়ে প্ৰত্যেক চৰিত্ৰত সোমাই সফল হব পাৰে ।
কি চিনেমা ?
কি নাটক ?
কি টিভি চিৰিয়েল ?
সকলো দিশতে পাৰ্গত মুনমী কলিতা ।
সস্তীয়া জনপ্ৰিয়তা লৱৰ বাবেই এই মাধ্যমটোত প্ৰৱেশ কৰা নাছিল মুনমী কলিতাই , সেয়ে অভিনয়ৰ ক্ষেত্ৰখনত ১২ বছৰ গৰকা অভিনেত্ৰী গৰাকী আজিও শদিয়াৰ পৰা ধুবুৰীলৈ জনপ্ৰিয় ।
২০১৬:১৭ (যোৱা) নাট্যবৰ্ষত মুনমী কলিতালৈ উত্তৰ - পূৱৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান 'নেৱক'ছ মিডিয়াই' °°ৰাজশ্ৰী থিয়েটাৰ°°ৰ "জীৱন সংগ্ৰাম" নাটকখনৰ বাবে আগবঢ়াইছে শ্রেষ্ঠ চৰিত্ৰাভিনেত্ৰী বঁটা ।

মুনমী কলিতাই বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ পৰিচালনাত "অজেয়" শীৰ্ষক অসমীয়া ছবিখনত জবা নামৰ চৰিত্ৰ টোত মন পৰশা অভিনয় কৰিছিল , সেই অভিনয় পাহৰিৱ পাৰিৱ জানো অসমৰ দৰ্শকে ?
"জৱা" শীৰ্ষক চৰিত্ৰটোত সাৱলীল অভিনয় কৰি অসমৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ।
বিহু নাচত সৰুৰে পৰা পাকৈত মুনমীয়ে কোনোদিনে দৌৰা নাছিল সস্তীয়া জনপ্ৰিয়তাৰ পিছত ।
কথা প্ৰসংগত মুনমী কলিতাই এদিন কৈছিল - '''মুনমী কলিতা হবলৈ বহুত সময় লাগিছিল , বহুত কষ্ট , ত্যাগ স্বীকাৰ কৰিৱলগীয়া হৈছিল । কিন্তু নিজৰ লক্ষ্যত উপনীত হবলৈ একোৰেই ক্ৰটি কৰা নাছিলো । কি কৰিৱ পাৰিছো সেইটো কৱ নোৱাৰো কিন্তু দৰ্শকে অভিনয় চাই ভাল পালে , হাত চাপৰি বজালে , মেছেজ বা ফোন কৰিলে ভাল লাগে । নিজৰ কষ্ট সাৰ্থক হোৱাযেন লাগে ।
নৱপ্ৰজন্মৰ শিল্পী সকলৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় , সকলোৰে মৰমৰ শক্তিশালী অভিনেত্ৰী মুনমী কলিতাই কৈ যে - সস্তীয়া জনপ্রিয়তাৰ পিছত দৌৰিৱ নেলাগে , সস্তীয়া জনপ্ৰিয়তা ক্ষন্তেকীয়া আজি আছে কালি নাই। নিজৰ কামক শ্ৰদ্ধা কৰিব লাগে , মনোযোগ দিব লাগে নিশ্চয় জনপ্ৰিয়তাই এদিন খেদি ফুৰিব ।
জনপ্ৰিয় অভিনেত্ৰীগৰাকীক ২০১৮/১৯ নাট্যবৰ্ষত পুনৰ অসমবাসীয়ে দেখিবলৈ পাৱ ৰাজতিলক থিয়েটাৰৰ মঞ্চত !!!

No comments:
Post a Comment