এনাজৰীৰ ভূপেন্দ্ৰ দিৱস পালন
এনাজৰীৰ ভূপেন্দ্ৰ দিৱস পালন
Barhamthuri Report: আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকি। ৬ষ্ঠ তম মৃত্যু বাৰ্ষিকিত প্ৰথমবাৰৰ বাবে ৱাটচ্এপ গ্ৰোপ এনাজৰী অসমে গুৱাহাটী মহানগৰীত বন্তি প্ৰজ্বলন কৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকি পালন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এটা ৱাটচ্এপ গ্ৰোপে লোৱা এই কাৰ্য সঁচাই প্ৰশংসাৰ যোগ্য। শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপি থকা ৱাটচ্এপ গ্ৰোপটোৱে বিগত সময়তো এনেধৰণৰ অনুষ্ঠান কৰি যোৱাৰ আশ্বাস প্ৰকাশ কৰিছে।

Comments
Post a Comment